Apuni Janene
演唱:Deepshikha Bora、Rex Boroআপোনালৈ বাটে চোৱাৰ
পৰাই আহৰি নাই
সময়ো হ'ল অভিমানী
বাগৰেই সলোৱা নাই
কিনো সাজে সাজোঁ আজি
আপুনি আহিব বুলি
আপুনি জানেনে?
আপোনাৰ বাবে ডাৱৰ গলিছে কিমান
আপুনি জানেনে?
আপোনাৰ বাবে গোলাপ ফুলিছে কিমান
জীৱনে হাঁহিব
জীৱনে কান্দিব
প্ৰতিটো ৰংতে আপুনি থাকিব
সপোনৰ বাটত উজুটি খালেও
আপুনি দুহাতে খামুচি ধৰিব
এজাৰো ফুলিব
শেৱালি সৰিব
প্ৰতিটো ঋতুতে আপুনি থাকিব
ফাগুনী বতাহে উৰুঙা কৰিলেও
আপুনি দুবাহুত সামৰি ৰাখিব
তেতিয়া সময়ে অভিমান এৰি
দুপাখি মেলিলৈ যাবগৈ উৰি
কিনো সাজে সাজোঁ আজি
আপুনি আহিব বুলি
আপুনি জানেনে ?
আপোনাৰ বাবে ডাৱৰ গলিছে কিমান
আপুনি জানেনে?
আপোনাৰ বাবে গোলাপ ফুলিছে কিমান
পৰাই আহৰি নাই
সময়ো হ'ল অভিমানী
বাগৰেই সলোৱা নাই
কিনো সাজে সাজোঁ আজি
আপুনি আহিব বুলি
আপুনি জানেনে?
আপোনাৰ বাবে ডাৱৰ গলিছে কিমান
আপুনি জানেনে?
আপোনাৰ বাবে গোলাপ ফুলিছে কিমান
জীৱনে হাঁহিব
জীৱনে কান্দিব
প্ৰতিটো ৰংতে আপুনি থাকিব
সপোনৰ বাটত উজুটি খালেও
আপুনি দুহাতে খামুচি ধৰিব
এজাৰো ফুলিব
শেৱালি সৰিব
প্ৰতিটো ঋতুতে আপুনি থাকিব
ফাগুনী বতাহে উৰুঙা কৰিলেও
আপুনি দুবাহুত সামৰি ৰাখিব
তেতিয়া সময়ে অভিমান এৰি
দুপাখি মেলিলৈ যাবগৈ উৰি
কিনো সাজে সাজোঁ আজি
আপুনি আহিব বুলি
আপুনি জানেনে ?
আপোনাৰ বাবে ডাৱৰ গলিছে কিমান
আপুনি জানেনে?
আপোনাৰ বাবে গোলাপ ফুলিছে কিমান